publisher
category
price
Freestore
Reviews
0 (0)
United States
Description
An interactive tool to diagnose pests and diseases that occur in rice.
ৰাইচ ডাক্তৰ, অসম (Rice Doctor, Assam) হ’ল এটা মবাইল এপ (App) অৰ্থাৎ এটা ডিজিতেল সঁজুলি যি সময়মতে ধানৰ সঠিক ৰোগ, অনিষ্টকাৰী পোক-পতংগ, অজৈৱিক কাৰক সমূহ চিনাক্ত কৰি ব্যৱস্থাপনা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে । ইন্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ (IRRI) কাৰিকৰী পৰামৰ্শৰে অসম চৰকাৰৰ, কৃষি বিভাগ (DoA) ৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ে (AAU) অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ (এপাৰ্ট) জৰিয়তে আগতে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ত অৱস্থিত আৰু এতিয়া ইডেণ্টিক পি টি লিমিটেডৰ লুচিড টিমৰ জৰিয়তে অসমৰ বাবে ৰাইচ ডাক্টৰ, অসম প্ৰস্তুত কৰিছে ।
মূলতঃ এই ইন্টাৰেক্টিভ টুল বা সামগ্ৰীবিধে ব্যৱহাৰকাৰীসকলক ধানত দেখা দিব পৰা সাম্ভাব্য সমস্যাবোৰ চিনাক্ত কৰিবলৈ বা হব পৰা সমস্যা সমূহৰ এখন চমু তালিকা তৈয়াৰ কৰে। ই ৬০ টাতকৈও অধিক কীট-পতংগ, ৰোগ আৰু অন্যান্য সমস্যা অন্তৰ্ভুক্ত কৰিছে। পাঠবিৱৰণ আৰু ছৱিৰ সংমিশ্ৰণে ব্যৱহাৰকাৰীসকলক সমস্যা নিৰ্ণয় কৰাৰ প্ৰক্ৰিয়াত সহায় কৰে।
প্ৰতিটো সাম্ভাব্য সমস্যাৰ ফেক্ট-শিটে ( Factsheet) নিৰ্দিষ্ট সমস্যাটোৰ চিন আৰু লক্ষণবোৰৰ চমু উপলব্ধ ব্যৱস্থাপনাৰ বিষেয়ে বিৱৰণ প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলকে অনুসন্ধান বা চাৰ্চ কৰি নিৰ্দিষ্ট ফেক্ট-শিটসমূহ চাব পাৰে। এই সমস্যাবোৰৰ বিষয়ে অধিক তথ্যৰ বাবে, ব্যৱহাৰকাৰীসকলে ৰাইচ নলেজ বেঙ্ক, অসমৰ ৱেবছাইট https://www.rkbassam.in চাব পাৰে ।
এই এপটো লুচিড ম'বাইলৰ দ্বাৰা পৰিচালিত।
Rice Doctor is an interactive crop diagnostic tool for extension workers, students, researchers and other users who want to learn about and diagnose pest, disease, and other problems that occur in rice crops during the mid-season stage; information is also provided on how to manage these problems.
This product has been developed by Assam Agricultural University (AAU) with the technical support from International Rice Research Institute (IRRI) in association with Department of Agriculture, Govt. of Assam under Assam Agri business and Rural Transformation Project (APART) and prepared by the Lucid team, originally at the University of Queensland, Australia but now at Identic Pty Ltd.
This interactive tool allows users to diagnose or at least make a short list of possible problems occurring in a rice crop. The key covers over 60 insect pests, diseases and other disorders. The combination of text descriptions and images helps users in the process of diagnosing their problems.
Fact sheets on each possible disorder provide brief descriptions of the signs and symptoms of specific problems, together with details of any available management options. A keyword search function enables users to directly access specific fact sheets.
For further information on these disorders, users can link to full fact sheets on the IRRI Rice Knowledge Bank website: www.rkbassam.in
This app is powered by Lucid Mobile.
Category Ranking
Review Breakdown
Screenshots
Reviews
Is it only available in Assamese Language or English too.
Bryan IslaryThu, Sep 15, 2022
English
Download & Revenue
About
Bundle Id
com.lucidcentral.mobile.ricedoctor_assamMin Os. Version
5.0Release Date
Mon, Aug 15, 2022Update Date
Fri, Sep 16, 2022Content Rating
EveryoneWhat's New
version
1663292521000updated
1 year agoUpdated key data
Newsletter
Subscribe our newsletter and get useful information every week.
Publisher's Other Apps
Other Books & Reference Apps
Similar Apps
Stay Ahead of the Market with StoreSpy
Start NowNever miss opportunities
Watch your competitors closely
Start boosting your app right away